Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেন্দ্র চৰকাৰৰ প্ৰতিষ্ঠান / ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান / আৰু অন্যান্য চৰকাৰী সংগঠন আৰু স্থাবৰ শত্ৰু সম্পত্তিৰ আর্থিক ৰূপান্তৰৰবাবে নীতি-পদ্ধতি আৰু ব্যৱস্থালৈ কেবিনেটৰ অনুমোদন


প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যতবৃহস্পতিবাৰে অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰএক গুৰুত্বপূৰ্ণ বৈঠকত কৌশলগত সংলগ্নকৰণৰ বাবে কেন্দ্ৰচৰকাৰৰ অধীনস্থ ৰাষ্ট্রীয় সংস্থাসমূহৰগৌণ সম্পত্তি হিচাপে চিহ্নিত বিভিন্ন সামগ্ৰীৰ আর্থিক ৰূপান্তৰৰবাবে এক প্রতিষ্ঠানিক ব্যৱস্থা আৰু নীতি-পদ্ধতি অনুমোদন কৰা হৈছে।

ইয়াৰ উপৰিও, ১৯৬৮ চনৰ শত্ৰু সম্পত্তি আইনৰ বিশেষ ধাৰা অনুসৰি ভাৰতৰ শত্রু সম্পত্তি কর্তৃপক্ষৰজিম্মাত থকা স্থাবৰ সম্পত্তিৰ আর্থিক ৰূপান্তৰ বাবে নীতি-পদ্ধতিলৈ অনুমোদন কৰা হৈছে। কেবাতৰপীয়া এই ব্যৱস্থাত আন্তঃমন্ত্রালয়ৰ এক গোষ্ঠী আৰু সম্পত্তিৰ অৰ্থনৈতিক ৰূপান্তৰ বিষয়ক সচিবসকলৰ গোষ্ঠীয়েএই বিষয়ত সিদ্ধান্ত গ্রহণ কৰিবইয়াৰ উপৰিও, এক বিকল্প ব্যৱস্থাও ইয়াৰ বাবে সাজু কৰি ৰখা হব।

কাৰিকৰী পর্যায়ত মূল্যায়নকাৰীসকলৰপ্ৰতিবেদন, প্রশাসনিক দপ্তৰ, কেন্দ্রীয় চৰকাৰৰ অধীনৰ ৰাষ্ট্ৰীয় সংস্থা আৰু নীতি আয়োগৰ দৰে সংস্থাৰ উপযুক্ত কর্তৃপক্ষৰছুপাৰছৰ ভিত্তিতেই কোনো সম্পত্তিৰঅৰ্থনৈতিকৰূপান্তৰৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হবহিৰাগত আৰু নিৰপেক্ষ কোনোতদাৰকী সংস্থাই সমগ্র প্রক্রিয়াটোৰ ওপৰত নজৰৰাখিবপ্রতি দুবছৰৰমূৰে মূৰে নীতিসমূহ পৰিবর্তনৰ প্রয়োজন আছে নে নাই সেই বিষয়ে পৰৱৰ্তী পৰ্যায়ত বিবেচনা কৰা হ

 

*******

AKT/SH