Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ বাসগৃহত গণপতি দৰ্শন কৰি ভগৱান শ্ৰী গণেশৰ ওচৰত প্ৰাৰ্থনা জনালে প্ৰধানমন্ত্ৰীয়ে

কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ বাসগৃহত গণপতি দৰ্শন কৰি ভগৱান শ্ৰী গণেশৰ ওচৰত প্ৰাৰ্থনা জনালে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ বাসগৃহলৈ গৈ গণপতি দৰ্শন কৰে।প্ৰধানমন্ত্ৰীয়ে সকলোৰে মংগলৰ বাবে ভগৱান শ্ৰী গণেশৰ আশীৰ্বাদ কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে—

“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলজীৰ বাসগৃহলৈ গণপতি দৰ্শন কৰিবলৈ গৈছিলোঁ।

ভগৱান শ্ৰী গণেশে সকলোকে আশীৰ্বাদ কৰক!”

@PiyushGoyal”

***********

MJPS/SS/ST/DM