Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেপ্টেইন জয় নাৰায়ণ প্ৰসাদ নিশাদৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেপ্টেইন জয় নাৰায়ণ প্ৰসাদ নিশাদৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰী কয়, “কেপ্টেইন জয় নাৰায়ণ প্ৰসাদ নিশাদ জীৰ মৃত্যুত গভীৰ শোক কৰিছো৷ তেওঁ কঠোৰ পৰিশ্ৰমেৰে আমাৰ দেশৰ প্ৰতি সেৱা আগবঢ়াইছিল৷ বিহাৰৰ প্ৰগতিৰ দিশত কেপ্টেইন নিশাদৰ প্ৰচেষ্টা উল্লেখযোগ্য৷ দুখীয়া লোকসকলক সবলীকৰণ কৰাৰ দিশত তেওঁ কৰা কামৰ বাবে সকলোৱে তেওঁক সদায় মনত ৰাখিব৷ তেওঁৰ পৰিয়ালৰ লগতে সমৰ্থকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷”

***

AKT/SH/DB