Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কোৰিয়া অ’পেন চুপাৰ চিৰিজত জয়ী হোৱা পি ভি সিন্ধুলৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কোৰিয়া অ’পেন চুপাৰ চিৰিজত জয়ী হোৱা পি ভি সিন্ধুলৈ অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “কোৰিয়া অ’পেন চুপাৰ চিৰিজত জয়ী হোৱা পি ভি সিন্ধুলৈ অভিনন্দন জ্ঞাপন কৰিছো। তেখেতৰ সাফল্যত সমগ্ৰ ভাৰতবৰ্ষই গৌৰৱবোধ কৰিছে। ”

******

AKT/HS/PRK