পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাৰ কাৰৱাৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱা সকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে।
তেওঁ এই শোকৰ সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা এক্স-ত পোষ্ট কৰা হৈছে;
“কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাৰ কাৰৱাৰত সংঘটিত দুৰ্ঘটনা গভীৰভাৱে দুখজনক। দুখৰ এই সময়ত শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্যৰ বাবে মই প্ৰাৰ্থনা কৰোঁঃ প্ৰধানমন্ত্ৰী @narendramodi “
The mishap in Karwar, Uttara Kannada district of Karnataka, is deeply saddening. My thoughts are with the bereaved families in this hour of grief. I pray for the speedy recovery of those injured: PM @narendramodi
— PMO India (@PMOIndia) July 9, 2026
***
MJPS/SS/ST

ಕರ್ನಾಟಕದ ಉತ್ತರ ಕನ್ನಡ ಜಿಲ್ಲೆಯ ಕಾರವಾರದಲ್ಲಿ ಸಂಭವಿಸಿದ ದುರ್ಘಟನೆ ತೀವ್ರ ನೋವು ತಂದಿದೆ. ಈ ಕಠಿಣ ಸಮಯದಲ್ಲಿ ನನ್ನ ಸಹಾನುಭೂತಿ ಶೋಕತಪ್ತ ಕುಟುಂಬಗಳೊಂದಿಗಿದೆ. ಗಾಯಗೊಂಡವರು ಶೀಘ್ರವಾಗಿ ಚೇತರಿಸಿಕೊಳ್ಳಲಿ ಎಂದು ಪ್ರಾರ್ಥಿಸುತ್ತೇನೆ: ಪ್ರಧಾನಮಂತ್ರಿ @narendramodi
— PMO India (@PMOIndia) July 9, 2026