Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গণৰাজ্য দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গণৰাজ্য দিৱস উপলক্ষে সকলো নাগৰিকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ সন্মান, গৌৰৱ আৰু মৰ্যদাৰ প্ৰতীক হিচাপে গণৰাজ্য দিৱসে সকলো নাগৰিকৰ জীৱনত নতুন শক্তি আৰু নতুন উৎসাহৰ সঞ্চাৰ কৰক।

তেওঁ আশা প্ৰকাশ কৰে যে এই ৰাষ্ট্ৰীয় অনুষ্ঠানত বিকশিত ভাৰত গঢ়াৰ সামূহিক সংকল্প আৰু অধিক শক্তিশালী হ’ব।

এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখে;

“সকলো দেশবাসীক গণতন্ত্ৰ দিৱসৰ বহুত বহুত শুভেচ্ছা জনাইছো। ভাৰতৰ গৌৰৱ আৰু মৰ্যাদাৰ প্ৰতীক এই ৰাষ্ট্ৰীয় মহাপৰ্বই আপোনালোক সকলোৰে জীৱনত নতুন শক্তি আৰু নতুন উৎসাহৰ সঞ্চাৰ কৰক। বিকশিত ভাৰতৰ সংকল্প আৰু অধিক সুদৃঢ় হওক তাকে কামনা কৰিলোঁ।”

***

MJPS/ST/DB