Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুগলৰ মুখ্য কাৰ্যবাহী বিষয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ


গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী সুন্দৰ পিচাইয়ে আজি দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে ।

      এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে কৈছেঃ

      “দিল্লীত অনুষ্ঠিত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনৰ সুযোগতে শ্ৰী সুন্দৰ পিচাইক সাক্ষাৎ কৰি আনন্দিত হৈছো। কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতৰ কাম কাজ তথা গুগলে এই ক্ষেত্ৰত আমাৰ প্ৰতিভাশালী শিক্ষাৰ্থী আৰু পেছাদাৰীসকলৰ সৈতে কৰিব পৰা  কাম কাজ সন্দৰ্ভত আলোচনা কৰিলো।@sundarpichai”

 

***

MJPS/SR/DD