Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুজৰাটী নৱবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটী নৱবৰ্ষ উপলক্ষে গুজৰাটৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে৷

‘‘গুজৰাটীসকলৰ নতুন বছৰৰ শুভেচ্ছা জনালো৷ অনাগত বৰ্ষত যেন আপোনালোকৰ প্ৰত্যাশাসমূহ পূৰণ হয়৷ সকলোৱে যেন সুস্বাস্থ্য লাভ কৰাৰ লগতে সুখী হয়৷ নতুন বছৰৰ শুভেচ্ছা,’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

***

AKT/SH/MANN