পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ভদোদৰা গ্ৰাম্যত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ বাবে শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনায়।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ এটা পোষ্টত কয়;
‘গুজৰাটৰ ভদোদৰা গ্ৰাম্যত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ খবৰ শুনি দুখ পাইছো। প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিছো। আহতসকল সোনকালে সুস্থ হওঁকঃ প্ৰধানমন্ত্ৰী @narendramodi’
Saddened to hear about the loss of lives due to a mishap in Vadodara Rural, Gujarat. My thoughts are with those who have lost their loved ones. May the injured recover at the earliest: PM @narendramodi
— PMO India (@PMOIndia) June 17, 2026
***
MJPS/SS/ST/HS