পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ হাজিৰাৰ লাৰ্চেন এণ্ড টৌব্ৰ’ (এল এণ্ড টি) কেম্পাছত উপস্থিত হৈ কোম্পানীটোৱে বিভিন্ন খণ্ডত গ্ৰহণ কৰা যুগান্তৰকাৰী উদ্ভাৱনৰ সাক্ষী হয়।
ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাৰ প্ৰসাৰৰ ক্ষেত্ৰত এল এণ্ড টিয়ে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাক প্ৰধানমন্ত্ৰীয়ে অতিশয় শলাগ লয়। তেওঁৰ ভ্ৰমণৰ উল্লেখযোগ্য দিশসমূহ ভাগ-বতৰা কৰি শ্ৰী মোদীয়ে অভিযান্ত্ৰিক কৃতিত্ব আৰু উক্ত চৌহদৰ অগ্ৰগতিৰ প্ৰশংসা কৰে।
এক্সৰ এলানি পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে :
“আজি বিয়লি, হাজিৰাৰ এল এণ্ড টি কেম্পাছ পৰিদৰ্শন কৰিলোঁ। বিভিন্ন খণ্ডত তেওঁলোকে গ্ৰহণ কৰা কিছুমান যুগান্তৰকাৰী উদ্ভাৱনৰ সাক্ষী হ’লোঁ। প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতা বৃদ্ধিৰ ক্ষেত্ৰত এল এণ্ড টিয়ে গ্ৰহণ কৰা ভূমিকা প্ৰশংসনীয়। @larsentoubro”
“গুজৰাটৰ হাজিৰাৰ এল এণ্ড টি কেম্পাছ ভ্ৰমণৰ কিছু উল্লেখযোগ্য দিশ”
This afternoon, went to the L&T complex at Hazira. Witnessed some of their pioneering innovations across different sectors. The role played by L&T in furthering self-reliance in the defence sector is commendable.@larsentoubro pic.twitter.com/FZ6eOhTDXF
— Narendra Modi (@narendramodi) June 5, 2026
***
MJPS/SS/PRK/KD

Here are some more glimpses from the visit to the L&T complex in Hazira, Gujarat. pic.twitter.com/NZjUq70NlD
— Narendra Modi (@narendramodi) June 5, 2026
गुजरात के हजीरा में आयोजित एक प्रदर्शनी में शामिल होने का सुअवसर मिला, जहां ‘मेक इन इंडिया’ के तहत रक्षा क्षेत्र में देश की बढ़ती क्षमताओं का साक्षी बना। यह प्रदर्शनी डिफेंस सेक्टर में स्वदेशी को बढ़ावा देने के हमारे प्रयासों का बेहतरीन उदाहरण है। pic.twitter.com/lsUBf36EQ0
— Narendra Modi (@narendramodi) June 5, 2026