Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুৰুনানক জয়ন্তী উপলক্ষে শ্ৰী গুৰুনানক দেৱলৈ প্ৰণিপাত প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুনানক জয়ন্তী উপলক্ষে শ্ৰী গুৰুনানক দেৱলৈ প্ৰণিপাত জনাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী গুৰু নানক দেৱে আমাৰ শুদ্ধ, ন্যায়পৰায়ণতা আৰু দয়াশীলতাৰ পথৰ শিক্ষা দিছিল৷ তেওঁ সমাজৰ পৰা অন্যায় আৰু অসমতা দূৰীকৰণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ আছিল৷ তেওঁ শিক্ষাৰ শক্তিকো বিশ্বাস কৰিছিল৷ গুৰুনানক দেৱৰ জয়ন্তীত আমি প্ৰণিপাত জনোৱাৰ লগতে তেওঁৰ অনুপ্ৰেৰণামূলক চিন্তাধাৰাক স্মৰণ কৰিছো৷

***

AKT/ VJ/DB