Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুৰুনানক জয়ন্তী উপলক্ষে শ্ৰী গুৰু নানক দেৱ জীক প্ৰণাম প্ৰধানমন্ত্ৰীৰ


গুৰুনানক জয়ন্তী উপলক্ষে শ্ৰী গুৰু নানক দেৱ জীক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰণাম জনাইছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “গুৰুনানক জয়ন্তী উপলক্ষে শ্ৰদ্ধেয় শ্ৰী গুৰু নানক দেৱ জীৰ প্ৰতি প্ৰণাম জনাইছো আৰু তেওঁৰ উত্তম চিন্তাধাৰাক সোঁৱৰণ কৰিছো।”

*****

AKT/AK/DB