Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুৰু গোৱিন্দ সিং জীৰ প্ৰকাশ পৰ্ব উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


গুৰু গোৱিন্দ সিং জীৰ আজি প্ৰকাশ পৰ্ব উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “গুৰু গোৱিন্দ সিং জীৰ প্ৰকাশ পৰ্ব উপলক্ষে আমি তেওঁলৈ প্ৰণিপাত জনাইছো৷”

****

VRRK/KP/DB