Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুৰু পূৰ্ণিমা উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু পূৰ্ণিমা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাইছে৷

‘‘সমূহ দেশবাসীলৈ গুৰু পূৰ্ণিমাৰ আন্তৰিক শুভকামনা থাকিল৷

গুৰু পূৰ্ণিমাৰ এই পবিত্ৰ ক্ষণত আমি আমাৰ গুৰুসকলৰ প্ৰতি শিৰ দোৱাইছো যিয়ে আমাৰ সমাজখনক প্ৰেৰণা দিয়াত তথা গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে,’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

 

নৰেন্দ্ৰ মোদী

✔@নৰেন্দ্ৰমোদী

 

 

 

সমূহ দেশবাসীলৈ গুৰু পূৰ্ণিমাৰ আন্তৰিক শুভকামনা থাকিল৷

#গুৰু পূৰ্ণিমাৰ এই পবিত্ৰ ক্ষণত আমি আমাৰ গুৰুসকলৰ প্ৰতি শিৰ দোৱাইছো যিয়ে আমাৰ সমাজখনক প্ৰেৰণা দিয়াত তথা গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

 

 

***

AKT/SH/MANN