Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুৰু পূৰ্ণিমা উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু পূৰ্ণিমা উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সকলোকে গুৰু পূৰ্ণিমাৰ শুভেচ্ছা জনাইছো। আমাৰ সমাজত গুৰুক যথেষ্ট সন্মান প্ৰদান কৰা হয়। আমি আমাৰ গুৰুসকলক ধন্যবাদ জনাইছো, যিসকলে সদায় আমাক প্ৰেৰণা যোগোৱাৰ লগতে আমাৰ শ্ৰেষ্ঠত্বখিনি উজাৰি দিয়াত সহায় কৰিছিল।”

*****

AKT/KP/DB