Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গোল্ডমেন চেক্সৰ ব’ৰ্ড আৰু শীৰ্ষ নেতৃবৰ্গক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোল্ডমেন চেক্সৰ ব’ৰ্ড আৰু শীৰ্ষ নেতৃবৰ্গক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় :

“ব’ৰ্ডৰ সদস্য আৰু @GoldmanSachs ৰ মূল নেতৃবৰ্গৰ সৈতে এক ফলপ্ৰসূ বৈঠকত মিলিত হ’লো। শেহতীয়া সংস্কাৰ আৰু অনুকূল বাণিজ্যিক পৰিৱেশৰ দ্বাৰা ইন্ধন যোগোৱা ভাৰতৰ বিকাশৰ বিশাল সম্ভাৱনাৰ ওপৰত আলোকপাত কৰিলোঁ। লগতে ভাৰতে কেনেকৈ বিশ্বব্যাপী প্ৰতিষ্ঠানসমূহৰ বাবে কেইবাটাও সুযোগ প্ৰদান কৰিব পাৰে  সেই বিষয়েও আলোচনা কৰিলো।”

******