Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চট পূজা উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চট পূজাৰ পৱিত্ৰ উৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷

“মহাপৰ্ব চট পূজাৰ পবিত্ৰ ক্ষণত দেশবাসীক মই আন্তৰিক শুভকামনা জনাইছো৷ সূৰ্যদেৱে নিজৰ শক্তি আৰু আভাৰে আমাৰ সকলোকে আলোকিত কৰিব আৰু আমাৰ দেশ সফলতা তথা সমৃদ্ধিৰ নতুন পথেৰে আগুৱাই যাব৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

***

VRRK/KP/MS