Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চথ পূজা উপলক্ষে সকলোলৈকে শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চথ পূজা উপলক্ষে সকলোলৈকে শুভেচ্ছা জনাইছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সকলোকে চথ পূজাৰ শুভেচ্ছা জনাইছোঁ।”

***

AKT/HS/DB