পি এম ইণ্ডিয়া
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে দেশ সেৱাৰ ২৫ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে শুভেচ্ছা আৰু আন্তৰিক বক্তব্য আগবঢ়োৱাৰ বাবে ত্ৰিনিদাদ আৰু ট’বেগো গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম কমলা প্ৰসাদ-বিছেছৰক কৃতজ্ঞতা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু ত্ৰিনিদাদ আৰু ট’বেগোৰ মাজৰ বন্ধুত্বই নিৰন্তৰভাৱে নতুন উচ্চতা স্পৰ্শ কৰি আহিছে। তেওঁ লগতে আশা প্ৰকাশ কৰে যে আগন্তুক বছৰসমূহত দুয়োখন দেশে পাৰস্পৰিক অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰি তুলিব।
শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত দিয়া এটা পোষ্টত কয়—
“প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ-বিছেছৰ, আপোনাৰ আন্তৰিক শুভেচ্ছা আৰু স্নেহপূৰ্ণ বক্তব্যৰ বাবে ধন্যবাদ। ভাৰত আৰু ত্ৰিনিদাদ আৰু ট’বেগোৰ মাজৰ বন্ধুত্বই নিৰন্তৰভাৱে নতুন উচ্চতা স্পৰ্শ কৰি আহিছে। আগন্তুক বছৰসমূহত দুয়োখন দেশৰ মাজৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আমি আগ্ৰহী।”
@PM_Kamla”
Thank you, Prime Minister Kamla Persad-Bissessar, for your warm wishes and kind words. The friendship between India and Trinidad and Tobago continues to scale new heights. We look forward to strengthening our partnership in the years to come.
@PM_Kamla
— Narendra Modi (@narendramodi) October 8, 2026
****
MJPS/SS/ST/DM
Thank you, Prime Minister Kamla Persad-Bissessar, for your warm wishes and kind words. The friendship between India and Trinidad and Tobago continues to scale new heights. We look forward to strengthening our partnership in the years to come. @PM_Kamla
— Narendra Modi (@narendramodi) October 8, 2026