Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চৰ্দাৰ পেটেলৰ উত্তৰাধিকাৰক সন্মান জনোৱাৰ বাবে ৩১ অক্টোবৰৰ একতাৰ দৌৰত অংশ ল’বলৈ নাগৰিকৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ আহ্বান


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশৰ নাগৰিকসকলক চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ৩১ অক্টোবৰৰ একতাৰ দৌৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে এই অনুষ্ঠানটোৰ আয়োজন কৰা হয় আৰু ভাৰতৰ বাবে চৰ্দাৰ পেটেলে কল্পনা কৰা একতা আৰু সম্প্ৰীতিৰ দৃষ্টিভঙ্গীক প্ৰতিফলিত কৰে।

এক্সত একতা দিৱস ভাৰতৰ এটা পোষ্টৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰী মোদীয়ে লিখিছেঃ

“৩১ অক্টোবৰত একতাৰ দৌৰত যোগদান কৰক আৰু একতাৰ দৃষ্টিভঙ্গীক উদযাপন কৰক! আহক চৰ্দাৰ পেটেলৰ ঐক্যবদ্ধ ভাৰতৰ দৃষ্টিভংগীক সন্মান জনাওঁ।”

***

MJPS/SR/HS