Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ছিকিম, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাত ইণ্টিগ্ৰেটেড কামাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ পৰা ভিডিঅকনফাৰেন্সিংযোগে উত্তৰপূবৰ পাঁচখন স্মাৰ্ট চিটীৰ বাবে ইণ্টিগ্ৰেটেড কামাণ্ড এণ্ড কণ্ট্ৰ চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে ডিটিটেল মাধ্যমেৰে ছিকিমৰ নামচি আৰু গেংটক, অৰুণাচলপ্ৰদেশৰ ইটানগৰ আৰু পাচিঘাট আৰু ত্ৰিপুৰাৰ আগৰতলাত কামাণ্ড এণ্ড কণ্ট্ৰ চেণ্টাৰৰ নামফলক উন্মোচন কৰে৷

***

AKT/ VJ/DB

1