Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ছু-৩০এমকেআইৰ পৰা প্ৰথমটো ব্ৰাহ্মোছ এএলচিএমৰ সফল পৰীক্ষণত আনন্দিত প্ৰধানমন্ত্ৰী


ছু-৩০এমকেআইৰ পৰা প্ৰথমটো ব্ৰাহ্মোছ এএলচিএম(Air Launched Cruise Missile)ৰ সফল পৰীক্ষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই ঐতিহাসিক প্ৰচেষ্টাৰ সৈতে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ছু-৩০এমকেআইৰ পৰা প্ৰথমটো ব্ৰাহ্মোছ এএলচিএমৰ সফল পৰীক্ষণত আনন্দিত হৈছো। এই ঐতিহাসিক প্ৰচেষ্টাৰ সৈতে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰে।”

*****

AKT/NT/DB