Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ছোনমক চিকিৎসকৰ পৰামৰ্শ মানি চলিবলৈ আহ্বান আৰু তেওঁৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছোনমক চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁৰ দৈনন্দিন ৰুটিন বৰ্তাই ৰাখিবলৈ আৰু যিমান সোনকালে সম্ভৱ তেওঁৰ পূৰ্বৰ ওজন ঘূৰাই আনিবলৈ আহ্বান জনায়।

শ্ৰী মোদীয়ে কয় যে তেওঁ সৰ্বশক্তিমানৰ ওচৰত প্ৰাৰ্থনা জনাইছে–ছোনম সুস্থ হৈ থাকক।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কৈছেঃ

“মই ছোনমক চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁৰ ৰুটিন অনুসৰণ কৰিবলৈ আৰু অতি সোনকালে তেওঁৰ পূৰ্বৰ ওজন ঘূৰাই আনিবলৈ অনুৰোধ জনাইছো।

মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ছোনম সুস্থ হৈ থাকক।

@Wangchuk66

@GitanjaliAngmo”

*******

MJPS/SS/PRK/HS