Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ছৌদি আৰৱৰ শ্ৰম আৰু সামাজিক উন্নয়ন মন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰৱৰ শ্ৰম আৰু সামাজিক উন্নয়ন মন্ত্ৰী মাননীয় আহমেদ বিন ছলমান অল ৰাঁঝীক সাক্ষাৎ কৰে৷ বৈঠকত এক ব্যাপক পৰিমাণৰ বিষয়ৰ ওপৰত আলোচনা হয়৷

ছৌদি আৰৱৰ শ্ৰম আৰু সামাজিক উন্নয়ন মন্ত্ৰী মাননীয় আহমেদ বিন ছলমান অল ৰাঁঝীৰ সৈতে মত বিনিময় কৰিলো৷ আমাৰ বৈঠকত এক ব্যাপক পৰিমাণৰ বিষয়ৰ ওপৰত আলোচনা হয়৷

***

VRRK/AK/MS