Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ছৌদি আৰৱৰ ৰাজকুমাৰৰ ভাৰত ভ্ৰমণৰ সময়চোৱাত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তি/চুক্তিসমূহৰ তালিকা


ভাৰত গণৰাজ্য আৰু ছৌদি আৰৱৰ চৰকাৰৰ মাজত ৰাষ্ট্ৰীয় বিনিয়োগ আৰু আন্তঃগাঁথনি পুঁজিত বিনিয়োগৰ বুজাবুজিৰ চুক্তিপত্ৰ

শ্ৰীমতী সুষমা স্বৰাজ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

এইচ.. খালিদ আল ফালিহ, শক্তি, উদ্যোগ আৰু খনিজ সম্পদ বিভাগৰ মন্ত্ৰী


ভাৰত গণৰাজ্যৰ পৰ্যটন মন্ত্ৰ্যালয় আৰু ছৌদি আৰৱৰ পৰ্যটন তথা ৰাষ্ট্ৰীয় ঐতিহ্যৰ ছৌদি আয়োগৰ মাজত পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে হোৱা বুজাবুজিৰ চুক্তিপত্ৰ

শ্ৰী টি এছ তিৰুমূৰ্তি, সচিব (ইআৰ)

এইচ. . আডেল আলজুবেইৰ, বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী

ভাৰত গণৰাজ্য আৰু ছৌদি আৰৱৰ চৰকাৰৰ মাজত গৃহ নিৰ্মাণৰ সহযোগিতাৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তিপত্ৰ

শ্ৰী আহমেদ জাভেদ, ছৌদি আৰৱৰ ভাৰতীয় ৰাষ্ট্ৰদূত

এইচ.. ডঃ মাজিদ বিন আব্দুল্লাহ আল কুৰেশ্বি, বাণিজ্য আৰু বিনিয়োগ বিভাগৰ মন্ত্ৰী

ভাৰত গণৰাজ্যৰ ইনভেষ্ট ইণ্ডিয়া আৰু ছৌদি আৰৱৰ ছৌদি আৰবিয়ান জেনেৰেল ইনভেষ্টমেণ্ট অথৰিটীৰ মাজত দ্বিপাক্ষিক বিনিয়োগ সম্পৰ্ক বৃদ্ধিৰ বাবে হোৱা পৰিকাঠামো সহযোগিতা কাৰ্যসূচী

শ্ৰী আহমেদ জাভেদ, ছৌদি আৰৱৰ ভাৰতীয় ৰাষ্ট্ৰদূত

এইচ.. ডঃ মাজিদ বিন আব্দুল্লাহ আল কুৰেশ্বি, বাণিজ্য আৰু বিনিয়োগ বিভাগৰ মন্ত্ৰী

শ্ৰব্যদৃশ্য কাৰ্যসূচীৰ বিনিময়ৰ বাবে প্ৰচাৰ ভাৰতী, নতুন দিল্লী, ভাৰত আৰু ছৌদি আৰৱৰ ছৌদি ব্ৰডকাষ্টিং কৰ্পৰেচন (এছবিচি)ৰ মাজত সহযোগিতাৰ বাবে হোৱা বুজাবুজিৰ চুক্তিপত্ৰ

শ্ৰী আহমেদ জাভেদ, ছৌদি আৰৱৰ ভাৰতীয় ৰাষ্ট্ৰদূত

এইচ.. ডঃ মাজিদ বিন আব্দুল্লাহ আল কুৰেশ্বি, বাণিজ্য আৰু বিনিয়োগ বিভাগৰ মন্ত্ৰী

ক্ৰমিক নং চুক্তি/বুজাবুজি চুক্তিৰ নাম ভাৰতৰ পক্ষৰ পৰা বিনিময় ছৌদি আৰৱৰ পক্ষৰ পৰা বিনিময়

টোকাঃ উপৰোক্তসমূহৰ উপৰিও ছৌদি পক্ষই আন্তৰ্জাতিক সৌৰ সহযোগিতা (আইএছএ)ৰ পৰিকাঠামো চুক্তিতো স্বাক্ষৰ কৰে৷

 

*****

 

AKT/HS/SBP/MANN