Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জনসাধাৰণক ঈদৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


ঈদ উৎসৱ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ঈদ মোবাৰক! এই দিনটোৱে আমাৰ সমাজত একতা আৰু সংহতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰি তোলক, তাকে কামনা কৰিলো।”

***

AKT/AP/DB