Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্মজয়ন্তীত মহাত্মা গান্ধী আৰু লালবাহাদুৰ শাস্ত্ৰীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

জন্মজয়ন্তীত মহাত্মা গান্ধী আৰু লালবাহাদুৰ শাস্ত্ৰীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

জন্মজয়ন্তীত মহাত্মা গান্ধী আৰু লালবাহাদুৰ শাস্ত্ৰীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাত্মা গান্ধী আৰু লালবাহাদুৰ শাস্ত্ৰীৰ জন্মজয়ন্তী উপলক্ষে দুয়োগৰাকী যুগদ্ৰষ্টালৈ শ্ৰদ্ধা নিবেদন কৰে৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি কয়, “गांधी जयंती पर बापू को शत्-शत् नमन! গান্ধী জয়ন্তীত আমাৰ অতি আদৰৰ বাপুলৈ মোৰ শ্ৰদ্ধা নিবেদিছো৷ তেখেতৰ আদৰ্শই আজিও সমগ্ৰ বিশ্বৰে শত শত কোটি জনতাক অণুপ্ৰাণিত কৰি আহিছে৷’’

তেওঁ লগতে কয়, ‘‘जवानों एवं किसानों के प्रणेता एवं देश को कुशल नेतृत्व प्रदान करने वाले शास्त्री जी को नमन! লালবাহাদুৰ শাস্ত্ৰীজীৰ জন্মজয়ন্তীত তেওঁলৈ মোৰ গভীৰ শ্ৰদ্ধা জনাইছো৷’’

*****

AKT/SH/Rang