Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে ৰাজ্যসভাৰ উপাধ্যক্ষ শ্ৰী হৰিবংশ জীক কৃতজ্ঞতা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে ৰাজ্যসভাৰ উপাধ্যক্ষ শ্ৰী হৰিবংশ জীক ধন্যবাদ জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে সাধাৰণ জনতাৰ সেৱা কৰাৰ  সংকল্প অটুট আছে আৰু দেশবাসীক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ ক্ৰুটি  ৰখা  নাই।

শ্ৰী মোদীয়ে ‘এক্স’ত এনেদৰে পোষ্ট কৰে—

“আপোনাৰ শুভেচ্ছাৰ বাবে হৃদয়ৰ পৰা ধন্যবাদ, হৰিবংশ জী। জনসাধাৰণৰ সেৱা কৰাৰ আমাৰ সংকল্প অটুট আছে। দেশবাসীক সকলো দিশৰ পৰা সবল কৰি তোলাৰ আমাৰ প্ৰচেষ্টাত আমি কোনো ধৰণৰ ক্ৰুটি ৰখা  নাই।”

@harivansh1956

 

****

MJPS/SS/VJ/DM