Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্মবাৰ্ষিকীত নানাজী দেশমুখলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰসেৱক নানাজী দেশমুখৰ জন্মজয়ন্তী উপলক্ষে মহান পুৰুষগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে। তেওঁ কয়, “আজি জন্মবাৰ্ষিকীৰ দিনা দেশৰ এগৰাকী মহান সমাজকৰ্মী আৰু দেশপ্ৰেমী নানাজী দেশমুখক মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। তেওঁ গাওঁ আৰু কৃষকৰ কল্যাণ আৰু উত্তৰণৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল। দেশ নিৰ্মাণৰ বাবে তেওঁৰ অৱদান চিৰকালে স্মৰণীয় হৈ ৰ’ব।”

 

https://twitter.com/narendramodi/status/1182484328552583168

 

***

VRRK/AK/RD