পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মাষ্টমী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সমগ্ৰ দেশবাসীক শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জনাইছো৷ জয় শ্ৰীকৃষ্ণ৷
সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জনালো! ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদে আমাৰ জীৱনলৈ সুখ আৰু স্বাস্থ্য কঢ়িয়াই আনক৷ জয় শ্ৰীকৃষ্ণ!”
*****
VRRK/ VJ/DB
सभी देशवासियों को श्रीकृष्ण जन्माष्टमी की हार्दिक शुभकामनाएं। जय श्रीकृष्ण!
— Narendra Modi (@narendramodi) August 24, 2019
Janmashtami greetings to everyone! May the blessings of Bhagwan Shri Krishna always bring happiness and good health in our lives. Jai Shri Krishna!