Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্ম বাৰ্ষিকীত ‘তামিল থাথা’ ইউ. ভি. স্মামীনাথন আয়াৰক স্মৰণ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘তামিল থাথা’ ইউ. ভি. স্মামীনাথা আয়াৰৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁক স্মৰণ কৰে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“জন্ম বাৰ্ষিকীত ‘তামিল থাথা’ ইউ. ভি. স্মামীনাথা আয়াৰক স্মৰণ কৰিছো৷ তামিল সংস্কৃতি আৰু ভাষাৰ প্ৰতি তেওঁৰ অৱদান প্ৰশংসনীয়৷ তেওঁ সংগ্ৰাম যুগৰ কামসমূহ জনপ্ৰিয় কৰাৰ লগতে আপুৰুগীয়া ঐতিহ্য সংৰক্ষণত সহায় কৰিছিল৷ তেওঁ সমৃদ্ধ ৰচনাৱলী অধ্যয়নৰ বাবে নৱপ্ৰজন্মক আহ্বান জনাইছো৷”

 

***

DS/SH/DB