Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্ম বাৰ্ষিকী উপলক্ষে ড0 এ পি জে আব্দুল কালামক ভাৰতৰ ছেল্যুট


প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড0 এ পি জে আব্দুল কালামৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছে৷

এক বাৰ্তাত মোদীয়ে কয়, “ড0 কালামে একবিংশ শতিকাত এক শক্তিশালী আৰু আধুনিক ভাৰতৰ সপোন দেখিছিল আৰু এই সপোন পুৰণৰ বাবেই তেওঁ গোটেই জীৱন পৰিশ্ৰম কৰিলে৷ তেওঁৰ দৃষ্টান্তমূলক জীৱন প্রতিগৰাকী ভাৰতীয়ৰ বাবে প্রেৰণাৰ উৎস”।

*****

VRRK/SH/DB