Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জম্মু, কাশ্মীৰ, লেহ আৰু লাডাখৰ বিডিচি নিৰ্বাচনৰ বিজয়ীসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু, কাশ্মীৰ, লেহ আৰু লাডাখত অনুষ্ঠিত হোৱা বিডিচি নিৰ্বাচনত বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে৷ তাৰোপৰি অঞ্চলকেইটাত বিডিচি নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱা বাবে প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে৷

******

VRRK/AK/MANN