Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জীৱনৰ চাৰিটা লক্ষ্যৰ ভেটি হিচাপে সুস্বাস্থ্যৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জীৱনৰ চাৰিটা লক্ষ্য- ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ প্ৰাপ্তিৰ মূল ভেটি হিচাপে সুস্বাস্থ্যৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

“सुखोपविष्टास्ते तत्र पुण्यां चक्रुः कथामिमाम् |

धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम्।।”

শান্তিপূৰ্ণভাৱে বহি থকা মহান ঋষিসকলে এই পবিত্ৰ কাহিনীটো বৰ্ণনা কৰিছিল। যাৰ মতে সুস্বাস্থ্য হৈছে জীৱনৰ চাৰিটা লক্ষ্য- ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ প্ৰাপ্তিৰ মূল ভেটি।

 

****

MJPS/SS/PRK/HS