Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘জীৱন ধাৰণৰ সূচলতা’ বৃদ্ধি কৰা আৰু অনাগত সময়ত অধিক গতিৰে সংস্কাৰৰ পথ অব্যাহত ৰখাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰধানমন্ত্ৰীৰ গুৰুত্ব আৰোপ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ চৰকাৰে ‘জীৱন ধাৰণৰ সূচলতা’ বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু অনাগত সময়ত এই সংস্কাৰৰ গতিপথ আৰু অধিক তীব্ৰতাৰে অব্যাহত থাকিব। শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত শ্বেয়াৰ কৰি দেখুৱাইছে যে তেওঁৰ চৰকাৰে সেই দিশত কেনেদৰে কাম কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

 

“আমাৰ চৰকাৰ ‘জীৱন ধাৰণৰ সূচলতা’ বৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু তলৰ পোষ্টটোৱে আমি সেই দিশত কেনেদৰে কাম কৰিছো তাৰ উদাহৰণ দিয়ে। অনাগত সময়ত আমাৰ সংস্কাৰৰ গতিপথ আৰু অধিক তীব্ৰতাৰে অব্যাহত থাকিব।”

***

MJPS/VJ/MK