Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সাঁওতালি ভাষাত ভাৰতৰ সংবিধান মুকলি কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰশংসা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা সাঁওতালি ভাষাত ভাৰতৰ সংবিধান মুকলি কৰাৰ বাবে প্ৰশংসা কৰিছে। শ্ৰী মোদীয়ে কয় যে ই সাংবিধানিক সজাগতা আৰু গণতান্ত্ৰিক অংশগ্ৰহণ গভীৰ কৰাত সহায় কৰিব। ” সাঁওতালি সংস্কৃতি আৰু ৰাষ্ট্ৰীয় প্ৰগতিৰ ক্ষেত্ৰত সাঁওতালি লোকসকলৰ অৱদানক লৈ ভাৰত অতি গৌৰৱান্বিত”, শ্ৰী মোদীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰেঃ

 

“এক প্ৰশংসনীয় প্ৰচেষ্টা!

 

সাঁওতালি ভাষাৰ সংবিধানে সাংবিধানিক সজাগতা আৰু গণতান্ত্ৰিক অংশগ্ৰহণ গভীৰ কৰাত সহায় কৰিব।

 

সাঁওতালি সংস্কৃতি আৰু ৰাষ্ট্ৰীয় প্ৰগতিৰ ক্ষেত্ৰত সাঁওতালি লোকসকলৰ অৱদানক লৈ ভাৰত অতি গৌৰৱান্বিত “

@rashtrapatibhvn

 

MJPS/VJ/MK