Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জয়ন্তী উপলক্ষে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, “ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জয়ন্তীত তেওঁলৈ প্ৰণিপাত জনাইছো৷ এগৰাকী একনিষ্ঠ দেশপ্ৰেমিক হিচাপে তেওঁ ভাৰতৰ উন্নয়নৰ দিশত উল্লেখযোগ্য বৰঙণি আগবঢ়াই গৈছে৷ ভাৰত একতাৰ দিশত তেওঁ সাহসী পদক্ষেপ গ্ৰহণ কৰিছিল৷ তেওঁ চিন্তাধাৰা আৰু আদৰ্শই সমগ্ৰ দেশৰ কোটি কোটি লোকক শক্তি যোগাইছে৷”

***

VRRK/SH/DB