Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জয়ন্তী উপলক্ষে ভগৱান বীৰছা মুণ্ডাক প্ৰণাম প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তী উপলক্ষে তেওঁলৈ প্ৰণাম জনাইছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তী উপলক্ষে তেওঁক প্ৰণিপাত জনাইছো। তেওঁৰ অদম্য সাহস সকলোৰে প্ৰেৰণাৰ উৎস।

ভগৱান বীৰছা মুণ্ডাৰ জীৱনৰ প্ৰতি অনুপ্ৰাণিত আমি দেশৰ জনজাতি সম্প্ৰদায়ৰ সবলীকৰণৰ দিশত কাম কৰি আছো, যিসকল ভাৰতৰ গৌৰৱ।”

*****

AKT/SH/DB