পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাবিত্ৰীবাই ফুলেৰ জয়ন্তী তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সাবিত্ৰীবাই ফুলেৰ জয়ন্তীত তেওঁলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো৷ তেওঁ সামাজিক একতা, শিক্ষা আৰু মহিলা সবলীকৰণৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছে৷ সামাজিক সজাগতাৰ বাবে তেওঁৰ সংগ্ৰামে দেশবাসীক সদায় প্ৰেৰণা যোগাই থাকিব৷”
******
VRRK/KP/DB
सावित्रीबाई फुले की जन्म जयंती पर उन्हें सादर नमन। उन्होंने सामाजिक एकता, शिक्षा और महिला सशक्तिकरण के लिए अपना जीवन समर्पित कर दिया। सामाजिक चेतना के लिए उनका संघर्ष देशवासियों को सदा प्रेरित करता रहेगा।
— Narendra Modi (@narendramodi) January 3, 2020