প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ খুণ্টীত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে নিজৰ প্ৰিয়জনক হেৰুওৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত লিখিছে;
‘ঝাৰখণ্ডৰ খুণ্টীত সংঘটিত এক দুৰ্ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুওৱাত মৰ্মাহত। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঃ প্ৰধানমন্ত্ৰী
Deeply pained by the loss of lives in a mishap in Khunti, Jharkhand. I extend my condolences to those who have lost their loved ones. Praying for the speedy recovery of the injured: PM @narendramodi
— PMO India (@PMOIndia) November 6, 2026
MJPS/SS/ST/NB