Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ঝাৰখণ্ডবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ঝাৰখণ্ডবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ঝাৰখণ্ডবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ঝাৰখণ্ডে প্ৰগতি আৰু সমৃদ্ধিৰ নতুন শিখৰত উপনীত হওঁক, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।”

***

AKT/SH/DB