Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

টিএছআৰ সুব্ৰমণিয়ানৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰাক্তন প্ৰশাসনিক বিষয়া টিএছআৰ সুব্ৰমণিয়ানৰ মৃত্যুত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘শ্ৰী টিএছআৰ সুব্ৰমণিয়ানে নিজকে এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছিল৷ বিভিন্ন মূল্যৱান লেখাৰে তেওঁ সমাজৰ গুৰুত্বপূৰ্ণ দিশসমূহ আলোকপাত কৰিছিল৷ তেওঁৰ মৃত্যুত মই ব্যথিত৷ তেওঁৰ পৰিয়াল আৰু শুভাকাংক্ষীলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো৷’

***

AKT/HS/MS