Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

টেনিছৰ পুৰুষ ডাবলছত স্বৰ্ণ বিজয়ী ৰোহন বোপান্না আৰু ডিভিজ শ্বৰনক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


 

অষ্টাদশ এছিয়ান গেমছৰ টেনিছৰ পুৰুষ ডাবলছত স্বৰ্ণ পদক বিজয়ী ভাৰতৰ ৰোহন বোপান্না আৰু ডিভিজ শ্বৰণক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে৷

“ৰোহন বোপান্না আৰু ডিভিজ শ্বৰনে খেলিলে, সকলোৱে সুন্দৰ টেনিছ উপভোগৰ আশা কৰে৷ পুৰুষৰ ডাবলছ ইভেণ্টত তেওঁলোকে যোগ্যভাৱেই স্বৰ্ণ জয় কৰিলে৷ এই সাফল্যৰ বাবে দুয়োকে অভিনন্দন জনাইছো৷”,প্ৰধানমন্ত্ৰীয়ে কয়৷ 

***

AKT/SH/MS