Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ডঃ বাবাচাহেব আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱসত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডঃ বাবাচাহেব আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱসত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘সামাজিক ন্যায়ৰ বাবে নিজৰ জীৱন সমৰ্পিত কৰা পূজ্য বাবাচাহেবক তেওঁৰ মহাপৰিনিৰ্বাণ দিৱসত কৌটি-কৌটি প্ৰণাম জনাইছো৷ তেওঁ সংবিধানৰ ৰূপত দেশক অদ্বিতীয় উপহাৰ প্ৰদান কৰিছিল যি আমাৰ গণতন্ত্ৰৰ আধাৰস্তম্ভস্বৰূপ৷ কৃতজ্ঞ ৰাষ্ট্ৰই সদায় তেওঁৰ ওচৰত ঋণী হৈ ৰ’ব৷’’

VRRK/VJ/MANN