পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰীশ্ৰীনৰেন্দ্ৰমোদীৰঅধ্যক্ষতাতকেন্দ্ৰীয়কেবিনেটেডাকআৰুতাঁৰবিভাগৰভৱননিৰ্মাণসেৱাৰগোট-এৰকেডাৰপুনৰীক্ষণবিষয়টোলৈযাৱতীয়অনুমোদনজনাইছে। উল্লেখ্যযেএইক্ষেত্ৰত ১০৫ টাপদনিৰ্ধাৰণকৰাহৈছিল।ইয়াৰসমীক্ষাআৰুদূৰসঞ্চাৰবিভাগআৰুডাকবিভাগৰমুখ্যকাৰ্যালয়আৰুক্ষেত্ৰখনতফিল্ডইউনিটগঠনৰআৱশ্যকতাৰেএইবিষয়টোতঅধিকশক্তিশালীকৰাৰোগুৰুত্বআৰোপকৰে।এইফিল্ডইউনিটতনতুননিযুক্তিনিদিয়াৰলগতেপৰ্যায়ক্ৰমেএইপ্ৰক্ৰিয়াতকোনোধৰণৰবাধানোহোৱাকৈঅন্তপেলোৱাতযাতেক্ষতিনহয়এইসন্দৰ্ভতগুৰুত্বদিয়াহৈছে।
পৃষ্ঠভূমি:
ডাক-তাঁৰবিভাগভৱনৰসেৱাৰশ্ৰেণীগঠন ১৯৯০ চনতেএকসংগঠিতৰূপতগঠনকৰাহৈছিল। ইয়াৰতিনিটাশাখাহৈছেসামাজিক,বৈদ্যুতিকআৰুকাৰিকৰী।ই দূৰসঞ্চাৰবিভাগআৰুডাকবিভাগৰবাবেসেৱাআগবঢ়ায়আহিছে।ইয়াতকৰ্মৰতকৰ্মচাৰীআৰুঅধিকাৰীসকলেবাচনিসংঘৰলোকসেৱাদ্বাৰাআয়োজিতসংযুক্তকাৰিকৰীপৰীক্ষাৰদ্বাৰানিৰ্বাচনকৰাহয়। পিএণ্ডটিডব্লিউৰঅধিকাৰী,দূৰসঞ্চাৰআৰুডাকবিভাগৰসাৰ্বজনীনশ্ৰেণীতথাকেন্দ্ৰীয়চৰকাৰৰমন্ত্ৰণালয়,স্বায়ত্বশাসিতৰাজ্যচৰকাৰৰপ্ৰশাসনিকপৰ্যায়তকামকৰে।১৯৯০ চনৰগঠনৰপিছৰেপৰাএইসেৱাইবিভাগৰসমীক্ষানকৰাৰলগতেবহুবছৰধৰিনিষ্ক্ৰিয়হৈআছিল।বিএছএনএলৰগঠনৰপিছতএইবিভাগটোৰবহুকৰ্মচাৰীবিএছএনএলতনিযুক্তিদিয়াৰবাবেপিএণ্ডটিডব্লিউকামকাজআৰুঅধিকাৰীৰসংখ্যাবেছিপ্ৰভাৱিতহয়।সঞ্চাৰবিভাগতথাসেৱাআৰুকামবিএছএনএলকহস্তান্তৰিতকৰিদিয়াৰপিছতপিএণ্ডটিডব্লিউ ৰ সৈতেবেচৰকাৰীআৰুচৰকাৰীদুইধৰণৰটেলিকমসেৱাতথাদূৰসঞ্চাৰবিভাগআৰুডাকবিভাগৰঅৱসঞ্চাৰৰপ্রয়োজনীয়তা, সঞ্চাৰবিভাগআৰুডাকবিভাগৰসম্পত্তিৰচোৱাচিতাকৰা,নতুনপৰিকল্পনাৰচোৱাচিতাকৰা,কেন্দ্ৰীয়বিদ্যুৎ প্ৰাধিকৰণৰনিয়মাৱলী ২০১০ অনুসৰিইলেক্ট্ৰ’মেকানিকেলইনষ্টলেশ্যনপৰীক্ষা,
দিশনিৰ্দেশকনিৰ্ণয়কৰা,টেলিকমইনষ্টলেশ্যনৰমানদণ্ডনিৰ্ণয়কৰাএএমএফৰেডিয়েটআদিৰনিৰীক্ষণকৰাৰবাবেওদায়িত্ববহনকৰে।ইয়াৰলগতেএইবিভাগৰকৰ্মচাৰীসকলৰপদোন্নতিৰক্ষেত্ৰতস্থবিৰতাআহিপৰিছিল।
এইক্ষেত্ৰতবিভাগটোৰসমীক্ষাঅতন্ত্যইপ্ৰয়োজনীয়হৈপৰিছিল।বিভাগটোৰকাৰ্যপন্থাস্তিমিতকৰিদিয়াহৈছিল।ইয়াৰউপৰিওবিভাগটোৰসমীক্ষাৰবাবেচৰকাৰেযিকোনোধৰণৰঅতিৰিক্তবিত্তীয়বোজালোৱানাছিল।
****
VRRK/SC/SH/RD