Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ডিজিটেল ইণ্ডিয়া পদক্ষেপৰ নৱম বৰ্ষপূৰ্তিৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ইণ্ডিয়া পদক্ষেপে সফলতাৰে ৯টা বছৰ সম্পূৰ্ণ কৰাৰ বাবে প্ৰশংসা কৰিছে।

তেওঁ কয় যে ডিজিটেল ইণ্ডিয়াই এক শক্তিশালী ভাৰতৰ প্ৰতীক যিয়ে ‘জীৱন-যাপনৰ সহজতা’ আৰু স্বচ্ছতাক উদ্গনি যোগায়।

MyGovIndiaৰ এটা টুইটাৰ থ্ৰেড শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে লিখেঃ

“ডিজিটেল ইণ্ডিয়াই এক শক্তিশালী ভাৰতৰ প্ৰতীক যিয়ে ‘জীৱন-যাপনৰ সহজতা’ আৰু স্বচ্ছতাক উদ্গনি যোগায়। ই প্ৰযুক্তিৰ ফলপ্ৰসূ ব্যৱহাৰৰ বাবে এটা দশকত হোৱা অগ্ৰগতিৰ আভাস দিয়ে।”

***

DS/TS/DB