Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ড০ জাকিৰ হুছেইনৰ জন্মজয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ জাকিৰ হুছেইনৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

“ড০ জাকিৰ হুছেইনৰ জন্মজয়ন্তীত ভাৰতে তেখেতক স্মৰণ কৰিছে। ভাৰতৰ স্বাধীনতা যুদ্ধত তেখেতৰ অৱদান উল্লেখনীয়। তেওঁ নিজকে এজন বিদ্বান আৰু শিক্ষাবিদৰূপেও পৰিচয় দিবলৈ সক্ষম হৈছিল,” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

***

AKT/SH/PRK