Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মদিন উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়৷
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ভাৰত ৰত্ন ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মদিন উপলক্ষে কোটি কোটি প্ৰণিপাত জনাইছো৷ অতুলনীয় ব্যক্তিত্বৰ অধিকাৰী তথা সহজ-সৰল জীৱন-উচ্চ ধাৰণাৰ প্ৰতীক ৰাজেন্দ্ৰ বাবু দেশবাসীৰ বাবে সদায়েই প্ৰেৰণা উৎস হৈ ৰ’ব৷” 
***
AKT/SH/DB