Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

তুৰ্কীত অনুষ্ঠিত এফ আই এচ আন্তঃৰাষ্ট্ৰীয় স্কায়িং প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰথম পদক বিজয়ী আঁচল ঠাকুৰলৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তুৰ্কীত অনুষ্ঠিত এফ আই এচ আন্তঃৰাষ্ট্ৰীয় স্কায়িং প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰথম পদক বিজয়ী আঁচল ঠাকুৰলৈ অভিনন্দন জ্ঞাপন কৰিছে।

“আঁচল ঠাকুৰৰ এই কাম প্ৰশংসাৰ যোগ্য! তুৰ্কীত অনুষ্ঠিত এফ আই এচ আন্তঃৰাষ্ট্ৰীয় স্কায়িং প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰথমবাৰৰ বাবে পদক জয় কৰাৰ এই ঐতিহাসিক ক্ষণত সমগ্ৰ ভাৰতবৰ্ষই গৌৰৱ বোধ কৰিছে। আপোনাৰ ভৱিষ্যতৰ কৰ্মৰাজিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো”, প্ৰধানমন্ত্ৰীগৰকীয়ে কয়।

******

AKT/AK/PRK