পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ এই উপলক্ষে অন্ধ্ৰপ্ৰদেশবাসীকো শুভেচ্ছা জনায়।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “প্ৰতিষ্ঠা দিৱস উপলক্ষে তেলেংগানাবাসীক মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। অনাগত বছৰবোৰত ৰাজ্যখনৰ লোকসকলৰ সপোন আৰু আশা-আকাংক্ষা পুৰণ হওঁক তাকে কামনা কৰিলো।
অন্ধ্ৰপ্ৰদেশৰ ভাই-ভনীসকলো মোৰ শুভেচ্ছা জনাইছো। ৰাজ্যখনত বসবাস কৰা সকলোৰে সু-স্বাস্থ্য আৰু সমৃদ্ধিৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।”
***
AKT/AP/DB
On their Statehood Day, my best wishes to the people of Telangana. May the dreams and aspirations of the people of the state be fulfilled in the years to come.
— Narendra Modi (@narendramodi) June 2, 2018